Advertisement

Not concerned with Sanjay Singh joining BJP, says Tarun Gogoi

Not concerned with Sanjay Singh joining BJP, says Tarun Gogoi ৰিপুণ বৰাক উভতি ধৰিলে তৰুণ গগৈয়ে। সঞ্জয় সিঙক অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত কৰাটো ভুল বুলি আগেয়ে নক’লে কিয়? এই প্ৰশ্ন উত্থাপন কৰি সঞ্জয় সিং বিজেপিলৈ যোৱাত কোনো আক্ষেপ নাই বুলি মন্তব্য গগৈৰ। ইফালে কংগ্ৰেছত অনুশাসন কমিছে বুলি স্বীকাৰ তৰুণ গগৈৰ।

#NewsLive #AssamNews

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,Tarun Gogoi,Sanjay Singh,Sanjay Singh Rajya Sabha MP,Ripun Bora,Assam News,Assam,

Post a Comment

0 Comments