Advertisement

চাৰিচকীয়া বাহন আস্থানৰ দুৰৱস্থা | Lack of Parking Zone - a Big Failure for Modern Marketplaces

চাৰিচকীয়া বাহন আস্থানৰ দুৰৱস্থা | Lack of Parking Zone - a Big Failure for Modern Marketplaces In this video I have shown you how we have suffered through a huge car attack (tire punctures) in the rainy midnight on 7th June 2019 from 11pm to 1am at Nakshatra Cinemas' four wheeler Parking Place North Lakhimpur, Assam after coming out watching newly released BHARAT film by Salman Khan and Katrina Kaif...

চাৰিচকীয়া বাহন আস্থানৰ অভাৱ সৰু বৰ চহৰৰ উপৰিও
জিলা সদৰ ঠাইসমূহৰো একোটা প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে আজিৰ তাৰিখত ৷
এনেকুৱা প্ৰত্যহ্বানৰ সন্মুখীন হলো ০৭ জুনৰ ৰাতি ৮ বজাৰ চিনেমা চাই শেষ কৰি দুপৰ নিশা বৰষুণৰ বতৰত আমাৰ পৰিয়াল ৷ অজয়ে ভাত ঘূমতিৰপৰা উঠি আহি আমাক সহায় কৰি ঘৰলৈ লৈ আহিছিল ৷ নিজৰ স্পেয়াৰ চকা আৰু অজয়ৰ গাড়ীৰ স্পেয়াৰ চকা লগাই ৰাতি এক বজাত ঘৰ পালোহি ৷
কেতিয়াও কাৰো এনেকুৱা নহওক ৷
সচেতন আৰু সজাগ হওক ৷ সুপৰিকল্পিত হওক আমাৰ নগৰ চহৰ ৷

Thank you for watching my video and hit the like button.
Please subscribe my You Tube Channel and share my video with your family friends.

Marketplaces

Post a Comment

0 Comments